
হাদীছ শ্বৰীফত আছে:
عَنْ أَمِيرِ المُؤمِنِينَ أَبِي حَفْصٍ عُمَرَ بْنِ الخَطَّابِ رَضِيَ اللَّهُ عَنْهُ قَالَ:سَمِعْتُ رَسُولَ اللَّهِ ﷺ يَقُولُ: إِنَّمَا الأَعْمَالُ بِالنِّيَّاتِ، وَإِنَّمَا لِكُلِّ امْرِئٍ مَا نَوَى
অৰ্থাৎ হজৰত ওমৰ ৰাদ্বীয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: নিশ্চয় সকলো কাম নিয়্যত বা সংকল্পৰ ওপৰত নিৰ্ভৰশীল। প্রত্যেক মানুহৰ প্ৰাপ্য সেয়াই হ’ব যিটো তেওঁৰ উদ্দেশ্য হ’ব। বুখাৰী শ্বৰীফ, হাদীছ নং: ১।
Recent Comments