আজান দিয়াজনে নামাজ পঢ়াব পাৰিবনে ?

প্ৰশ্নঃ- আজান দিয়াজনে নামাজ পঢ়াব পাৰিবনে ?

 

•┄┅┅❂❀﷽❀❂┅┅┈•

উত্তৰঃ- মুৱাজ্জিন অৰ্থাৎ আজান দিয়াজনেই নামাজ পঢ়াব পৰিব বৰং এয়া উত্তম।‌

এনেদৰেই ফতাৱা শ্বামীত আছে:

الأفضل كون الإمام هو المؤذن وفي الضياء«أنه عليه الصلاة و السلام أذن في سفر بنفسه و أقام و صلى الظهر» وقد حققناه في الخزائن اه‍.(الدر المختار،كتاب الصلاة،باب الأذان،ج٢،ص:٧١،ط:زكريا بك دفو)

ইয়াৰোপৰি ফতাৱা আলমগীৰিত আছে:

والأحسن أن يكون اماما فى الصلاة كذا فى معراج الدراية اه‍.(الفصل الثانى فى الاذن،ح١،ص٥٤،ط:دار الكتاب ديوبند) ؎وَاللّٰهُ تَعَالٰى اَعْلَم.

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

  • ✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
  • ༺ ২৬ ৰবিউল আওৱাল ১৪৪৫ হিজ্‌ৰী,১২ অক্টোবৰ ২০২৩
  • বোখাৰী আৰু মুছলিমত সকলো হাদিছ আছেনে – Click here 
  • YouTube channel  Click here
  • আজান দিয়াজনে নামাজ পঢ়াব পাৰিবনে ?
নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d