অজুৰ সৈতে শোৱাৰ ফজিলত
আল্লাহৰ ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: ৰাতি অজু কৰি যি কোনোৱে শুই থাকে,তেওঁৰ কাষত এজন ফিৰিস্তাই ৰাতি কটায় আৰু সেই ব্যক্তিজন সাৰ পালে সেই ফিৰিস্তাই কয়: হে আল্লাহ! তোমাৰ অমুক বান্দাক ক্ষমা কৰি দিয়া কাৰণ তেওঁ অজু কৰি শুইছে। • ছহীহ ইবনে হিব্বান:১০৬৪ (ভাতৃৰ ওপৰত ককায়েকৰ অধিকাৰ পিতাকৰ দৰেই)
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
আমাৰ ইউটিউব চেনেল click here
টেটু(Tattoo)থাকিলে অজু হ’ব নে – ইছলামৰ পোহৰ click here
Recent Comments