পেচাব কৰিব নিয়া পানীৰ পৰা ৰৈ যোৱা খিনিৰে অজু কৰা যাব নেকি?

প্ৰশ্নঃ- পেচাব কৰিব নিয়া পানীৰ পৰা ৰৈ যোৱা খিনিৰে অজু কৰা যাব নেকি?

 

উত্তৰঃ- উক্ত পানীখিনি পাক। আৰু পাক পানীৰে অজু কৰাত অসুবিধা নাই। কোৰআন শ্বৰীফত আছে: وَأَنْزَلْنَا مِنَ السَّمَاءِ مَاءً طَهُورًا  আৰু আমিয়েই আকাশৰ পৰা পৱিত্ৰ পানী বৰ্ষণ কৰো। (ছুৰা ফুৰকান-৪৮) • যিকোনো পানী নাপাক বা অপবিত্ৰ নোহোৱালৈকে সেয়া ব্যৱহাৰ কৰিব পাৰি।• অজু কৰি ৰৈ যোৱা পানীৰে প্ৰস্ৰাৱ পায়খানা নকৰা উচিত। নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: অজুৰ অতিৰিক্ত পানীত সত্তৰটা ৰোগৰ নিৰাময় আছে। • ইয়াৰোপৰি মহত্ত্বৰ ক্ষেত্ৰত কিছু জমজমৰ পানীৰ লগতো সাদৃশ্যতা আছে সেয়ে ই‌য়াৰ দ্বাৰা পেচাব পায়খানা নকৰা উচিত। 

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

পেচাব কৰিব নিয়া পানীৰ পৰা ৰৈ যোৱা খিনিৰে অজু কৰা যাব নেকি?

খং উঠিলে অজু যায় নেকি,খং উঠিলে কি কৰা উচিত ? – ইছলামৰ পোহৰ click here 

আমাৰ ইউটিউব চেনেল click here

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d