মহিলাই সন্তানক দুগ্ধপান কৰালে অজু ভংগ হয় নেকি

প্ৰশ্নঃ- মহিলাই সন্তানক দুগ্ধপান কৰালে অজু ভংগ হয় নেকি ?


উত্তৰঃ- মহিলাৰ গাখীৰ পবিত্ৰ। আৰু পবিত্ৰ বস্তু শৰীৰৰ পৰা ওলালে অজু ভংগ নহয়। যথা ফতোৱা ৰেজৱিয়্যাহত গ্ৰহণযোগ্য তথ্যসহ উল্লেখ আছে:

الخارج من البدن علی ضربین: طاھر و نجس، فخروج الطاھر لا ینتقض الطھارۃ کالدمع و العرق و المحاط و لبن بنی آدم”اھ

শৰীৰৰ পৰা ওলোৱা বস্তু দুই ধৰণৰ;এটা পাক আৰু আনটো হৈছে নাপাক। পাক বস্তু ওলালে অজু ভংগ নহয় যেনে চকুৰ পানী,ঘাম,থু আৰু মানুহৰ গাখীৰ।

(فتاوی رضویہ،کتاب الطھارۃ،باب الوضو،ج:۱،ص٣٦، رضا اکیڈمی)

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

▁▁▁▁▁▁▁▁▁▁▁▁▁▁

মহিলাই সন্তানক দুগ্ধপান কৰালে অজু ভংগ হয় নেকি ?

আমাৰ ইউটিউব চেনেল click here

আকিকাহ মানে কি আৰু কেতিয়া কৰিব লাগে ? – ইছলামৰ পোহৰ click here 

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d