হজৰত আব্দুল্লাহ ইবনে ওমৰ ৰাদ্বীয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: ইছলাম পাঁচটা বস্তুৰ ওপৰত আধাৰিত; এই কথাৰ প্ৰতি সাক্ষী দিয়া যে ”আল্লাহৰ বাহিৰে অন্য কোনো উপাস্য নাই,মোহাম্মদ(ছাল্লাল্লাহু আলাইহি ওৱাছাল্লাম)তেওঁৰ বান্দা আৰু প্ৰেৰিত দূত(ৰাছূল),নামাজ পঢ়া,জাকাত আদায় কৰা, আল্লাহৰ ঘৰৰ হজ্জ কৰা আৰু ৰমজানৰ ৰোজা ৰখা। (বোখাৰী:১/১২:৮)
Menu
Recent Comments