প্ৰশ্নঃ- ৰোজা ৰাখি ভিক্স(Vicks)অথবা লিপ ব’ম আদি ব্যৱহাৰ কৰিলে ৰোজা ভঙ্গ হ’ব নেকি ?
উত্তৰঃ-ভিক্স(Vicks)অথবা লিপ ব’ম আদি ব্যৱহাৰ কৰিলে ৰোজা ভঙ্গ নহয় যদিহে সেয়া শৰীৰৰ বাহিৰত হয়। যদি ভিক্সৰ ভাপ(Steam)লোৱা হয় বা শুঙা হয় অথবা নাকৰ ভিতৰত লগোৱা হয় তেন্তে ৰোজা ভঙ্গ হ’ব।(আনহাতে ৰোজা ৰাখি থকা অৱস্থাত যিকোনো পদ্ধতিৰেই ভাপ নলওঁক কিয় ৰোজা ভঙ্গ হ’ব।)
(السنن الکبری-رقم الحدیث-٥٦٧/عامة كتب الفقه)
▁▁▁▁▁▁▁▁▁▁▁▁
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
Recent Comments