ৰোজা আৰু ইফতাৰৰ দোআ

ৰোজা ৰখাৰ নিয়্যত:
নাৱাইতু আন আস্বুমা গাদাম্মিন শ্বাহৰি ৰামদ্বানাল মুবাৰাকি ফাৰদ্বাল্লাকা ইয়া আল্লাহু ফাতাকাব্বাল মিন্নী ইন্নাকা আন‌্তাছ ছামীউল আলীম।
অৰ্থ: হে আল্লাহ! তোমাৰ সন্তুষ্টিৰ উদ্দেশ্যে কাইলৈ ৰমজান মাহৰ ফৰজ ৰোজা ৰখাৰ নিয়্যত কৰিলোঁ,তুমি ইয়াক মোৰ পক্ষৰ পৰা কবুল কৰা,তুমি উত্তম শ্ৰোতা।

ইফতাৰৰ দোআ:
আল্লাহুম্মা স্বুমতু লাকা ৱাতাক্কালতু আলাইকা ৱা আলা ৰিজকিকা আফতাৰতু বিৰাহমাতিকা ইয়া আৰহামাৰ ৰাহিমীন।
অৰ্থ: হে আল্লাহ! তোমাৰ সন্তুষ্টিৰ উদ্দেশ্যে ৰোজা ৰাখিলোঁ আৰু তোমাৰ ওপৰতেই ভৰসা কৰিলোঁ আৰু তুমি দিয়া খাদ্যৰেই ৰোজা এৰিলোঁ।

বিঃদ্ৰঃ- বিছমিল্লাহ পঢ়ি ইফতাৰ কৰিব,তাৰ পিছত ইফতাৰৰ দোআ পঢ়িব,এয়া ছুন্নত।

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d