ফতাৱা নজমুছ্‌ শ্বৰীআহ সম্পৰ্কত এষাৰ 

ফতাৱা নজমুছ্‌ শ্বৰীআহ সম্পৰ্কত এষাৰ 

About Fatawa Najmush Shariah 

গ্ৰন্থখনৰ নাম: ফতাৱা নজমুছ্‌ শ্বৰীআহ (খণ্ড ১)

গ্ৰন্থখনৰ বিষয়ে; কিতাপখনৰ বিশেষত্ব:

• ইছলামৰ প্ৰায় সকলো বিষয় সাঙুৰি সকলোখিনি লিপিবদ্ধ। • সহজ-সৰল অসমীয়া ভাষাত লিপিবদ্ধ, সকলোৱেই বুজিব পাৰিব। • দৈনন্দিন ব্যৱহৃত আৰু প্ৰয়োজন সমস্যাৰ সমাধান। • প্ৰতিটো ফতাৱা বা সমাধান গ্ৰহণযোগ্য দলীলৰ আলোকত লিপিবদ্ধ। • ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰশ্নসমূহৰ উত্তৰ ইয়াত লিপিবদ্ধ। • সাধাৰণতে ইয়াৰ অধ্যায় হ’ল: বুনিয়াদী আক্কীদাহ, পাক-পবিত্ৰতা, পিন্ধন-ওৰণ, অজু, আযান, নামাজ, ৰোজা, হজ্জ, যাকাত, হালাল হাৰাম, খোৱা-বোৱা, বিবিধ মাছাঈল। • সুন্দৰ বেটুপাতৰ লগতে উত্তম মানৰ কাগজ ব্যৱহৃত। • মুঠ পৃষ্ঠা ৭১২

গ্ৰন্থখনৰ লিখক: মৌলানা মুফ্‌তী, হাফিজ ক্কাৰী ইঞ্জামুল হক মিছবাহী। দৰং, অসম।


A word about Fatawa Najmush Shariah 

 The book is titled: Fatawa Najmus Shariah (Vol. 1)

About the book; Speciality of the book:

• Everything is recorded covering almost every subject of Islam. • Written in simple Assamese language, everyone can understand it. • Solutions to everyday used and needed problems. • Every fatawa or solution is recorded in the light of acceptable evidence. • It contains answers to questions from various parts of the state. • In general, its chapters are: Basic Aqeedah, Purity, Dress, Ablution, Azan, Prayer (Namaz & Swalah), Fasting, Hajj, Zakat, Halal and Haram, Eating and Drinking, Miscellaneous Masail. • Beautiful background and good quality paper used. • 712 total pages

Author of the book: Maulana Mufti, Hafiz Qari Inzamul Haque Misbahi. Darang, Assam.

গ্ৰন্থখন ডাক যোগে পাবলৈ যোগাযোগ কৰিব পাৰিব: +918638731917

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d