নামাজৰ ফজিলত

গৰম বিচনা এৰি নামাজলৈ যোৱা! 

 

হজৰত আব্দুল্লাহ বিন মাছ্‌ঊদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত: আল্লাহ পাক দুইধৰণৰ মানুহৰ ওপৰত সন্তুষ্ট হয়;এজন যিয়ে শীতকালীন নিশা গৰম বিচনা,কম্বল আৰু গৰম চাদৰৰ পৰা উঠি অজু কৰে আৰু তাৰ পিছত নামাজ পঢ়ে।(আল্লাহ পাক সকলোতে জ্ঞাত থকাৰ পিছতো) ফিৰিস্তাক সোধে- মোৰ বান্দাক এই কষ্ট সহ্য কৰিবলৈ কিহে প্ৰেৰণা দিছে ? উত্তৰত ফিৰিস্তাসকলে কয় যে- তেওঁ তোমাৰ দয়াৰ আশাত তোমাৰ শাস্তিলৈ ভয় কৰে। সৰ্বশক্তিমান আল্লাহে কয় যে হে ফিৰিস্তাসকল! তোমালোক সাক্ষী থাকা যে মই তেওঁৰ আশা পূৰণ কৰি সেই বস্তুৰ পৰা নিৰাপত্তা ঘোষণা কৰিলো যাৰ পৰা সি ভয় কৰিছে। (আল মোঅ’জামুল কাবীৰ:৮৫৩২) নামাজৰ ফজিলত!

 

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম। 

নামাজৰ ফজিলত

কছম সম্পৰ্কে click here

আমাৰ ইউটিউব চেনেল click here 

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d