প্ৰশ্নঃ- ৭৮৬ মানে কি আৰু কিয় লিখা হয় ?
•┄┅┅❂❀﷽❀❂┅┅┈•
উত্তৰঃ- সংখ্যা বিজ্ঞান বা Numerology অনুযায়ী “৭৮৬” হৈছে বিছমিল্লাহিৰ ৰসমানিৰ ৰাসীমৰ সংখ্যা। চিঠি,কাগজত বা আন কোনো ঠাইত সম্পূৰ্ণ বিছমিল্লাহ লিখাত বে আদবী বা অসন্মানিত হোৱাৰ সম্ভাৱনা থাকিলে বিছমিল্লাহিৰ ৰসমানিৰ ৰাসীমৰ ঠাইত ৭৮৬ লিখাৰ আৰম্ভণি হয় তাৰ পিছৰ পৰ্যায়ত য’ত অসন্মানিত হোৱাৰ সম্ভাৱনা নাই তাতো লিখাৰ অভ্যাস ও প্ৰচলন হয়। এয়া বৈধ আৰু অনুমোদিত। শ্বৰীয়তৰ দৃষ্টিত কোনো অসুবিধা নাই। (ماخوذ از فتاوی برکاتیہ،ص:٤٥٥،ط: مکتبہ فقیہ ملت دہلی) ؎وَاللّٰهُ تَعَالٰى اَعْلَم
৭৮৬ কিয় লিখা হয় আৰু তাৰ অৰ্থ কি ? ৭৮৬ কিয় লিখা হয় আৰু তাৰ অৰ্থ কি ?
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
- ✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
- ༺ ২৬ ৰবিউল আওৱাল ১৪৪৫ হিজ্ৰী,১২ অক্টোবৰ ২০২৩
- মোজাৰ ওপৰত মাছাহ কৰাৰ পদ্ধতি – click here
- আমাৰ ইউটিউব চেনেল click here
Recent Comments