কাগজ অথবা পুৰণা কাপোৰ কুলুফ ৰূপে ব্যৱহাৰ কৰিব পৰা যাবনে ?

প্ৰশ্নঃ- কাগজ অথবা পুৰণা কাপোৰ কুলুফ ৰূপে ব্যৱহাৰ কৰিব পৰা যাবনে?

 

উত্তৰঃ- কাগজৰ কুলুফ লোৱা মকৰূহ ও নিষেধ,উকা হওঁক অথবা লিখা উভয় অৱস্থাতেই কাগজৰ সন্মান আৱশ্যকীয়; দুৰ্ৰে মোখতাৰত আছে;   كره تحريما بشئ محترم   অৰ্থাৎ সন্মানজনক বস্তু কুলুফ ৰূপে ব্যৱহাৰ কৰা মকৰূহে তহৰিমী। ইয়াৰ বাখ্যা কৰি ৰদ্দুল মোহতাৰত লিখিছে;

یدخل فيه الورق قال فى فى السراج-قيل إنه ورق الكتابة و قيل ورق الشجرة و أيهما كان فإنه مكروه و أقره فى البحر و غيره

অৰ্থাৎ কগজৰ হওঁক অথবা গছৰ পাত উভয়কেই কুলুফ ৰূপে ব্যৱহাৰ কৰা মকৰূহ।

(السنية الانفية فى فتاوى افريقہ،ص۲۴)

আনহাতে মাটিৰ শুকান টুকুৰা,পাথৰ(যাৰ পানী শুহি পেলাৱাৰ ক্ষমতা আছে)পুৰণা ফটা কাপোৰ আদিৰে কুলুফ ল’ব পাৰি কোনো অসুবিধা নাই।

(رد المحتار،کتاب الطهارة،فصل الاستنجاء،مطلب إذا دخل المستنجي،ج١،ص٦٠١/بہار شریعت-ح٢،ص۴۱۱)

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

কাগজ অথবা পুৰণা কাপোৰ কুলুফ ৰূপে ব্যৱহাৰ কৰিব পৰা যাবনে ?

আমাৰ ইউটিউব চেনেল click here

পেচাব কৰিব নিয়া পানীৰ পৰা ৰৈ যোৱা খিনিৰে অজু কৰা যাব নেকি? – ইছলামৰ পোহৰ click here 

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d