প্ৰশ্নঃ-কিহেৰে কুলুফ ল’ব পাৰি আৰু কিহেৰে নোৱাৰি?
উত্তৰঃ-মাটিৰ টুকুৰা(ছপৰা)শিল(যাৰ পানী শুকোৱাৰ ক্ষমতা থাকে)ফটা তথা পুৰণা কাপোৰ,টিছো পেপাৰ আদি কুলুফ ৰূপে ব্যৱহাৰ কৰিব পাৰি এয়া জাইজ। আনহাতে হাড়,খাদ্য,গৰু-ছাগলীৰ গোবৰ,পকা ইটা,কয়লা,পশুৰ খাদ্য আদি কুলুফ ৰূপে ব্যৱহাৰ কৰা মকৰূহ। কাগজৰ দ্বাৰাও নিষেধ।
(ہمارا اسلام،استنجے کا بیان،حصہ۲،ص۸۶)
টিছু পেপাৰক যদিও কোনো কোনোৱে কাগজ বোলে কিন্তু তাৰ উদ্দেশ্য লিখা মেলা নহয় বৰং তাৰ উদ্ভৱেই কুলুফৰ বাবে। লেখা-মেলাৰ নহয় গতিকে তাৰ উদ্দেশ্য পৰিৱৰ্তন হোৱা বাবে আদেশো পৰিৱৰ্তন হ’ব।
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
কিহেৰে কুলুফ ল’ব পাৰি আৰু কিহেৰে নোৱাৰি?
আমাৰ ইউটিউব চেনেল click here
অজু কৰাৰ পিছত তেল vaseline আদি লগাব পাৰিনে ? – ইছলামৰ পোহৰ click here
Recent Comments