অজুৰ সৈতে ৰাতিৰ দোৱা
নবীয়ে ﷺ কৈছে:(প্ৰকৃত)মুছলিম সেইজনেই যিয়ে অইন মুছলমান ভাতৃৰ বাবেও সেয়াই পছন্দ কৰে যিটো নিজৰ বাবে কৰে। যি মুছলমানে অজু কৰি আল্লাহৰ জিকিৰ কৰি কৰি শুই যায় আৰু ৰাতিৰ কোনো অংশত সজাগ হৈ আল্লাহৰ ওচৰত কোনো কল্যাণ ও বস্তু বিচাৰে,আল্লাহ পাকে সেয়াই তাক দান কৰে। (আবু দাউদ শ্বৰীফ:৫০৪২)
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
আমাৰ ইউটিউব চেনেল click here
কছম সম্পৰ্কে আলোচনা click here
Recent Comments