আঁঠু ওলালে অজু ভঙ্গ হয় নেকি ?

প্ৰশ্ন- আঁঠু ওলালে অজু ভঙ্গ হয় নেকি ?

   

উত্তৰঃ-জনসাধাৰণৰ মাজত এয়া প্ৰচলিত যে আঁঠু অথবা ছতৰ (অৰ্থাৎ যিখিনি ঢাকি ৰখা ফৰজ)খুলি গ’লে অজু ভংগ হয়,এয়া সচা নহয়। অৰ্থাৎ আঁঠু অথবা কৰঙণ খুলি গ’লে অজু ভংগ নহয়। কিন্তু অনাৱশ্যকত আঁঠু তথা ছতৰ অৰ্থাৎ যিখিনি ঢাকি ৰখা ফৰজ সেয়া খুলি ৰখা নিষেধ। আৰু অইন ব্যক্তিৰ সন্মুখত খোলা হাৰাম। আল্লাহে আমাক সৰল পথৰ হিদায়ত দিয়ক।

(غلط فہمیاں اور ان کی اصلاح بحوالہ بہار شریعت حصہ دوم-27)

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁ 

আঁঠু ওলালে অজু ভঙ্গ হয় নেকি ?

পেচাব কৰিব নিয়া পানীৰ পৰা ৰৈ যোৱা খিনিৰে অজু কৰা যাব নেকি? – ইছলামৰ পোহৰ click here 

আমাৰ ইউটিউব চেনেল click here

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d