সন্তান জন্ম হোৱাৰ কিমান দিন পিছত নাম ৰাখিব লাগে ?

প্ৰশ্নঃ- সন্তান জন্ম হোৱাৰ কিমান দিন পিছত নাম ৰাখিব লাগে ?

•┈┈┈┈••✦✿✦••┈┈┈┈•
উত্তৰঃ- সাতদিনৰ দিনা নাম ৰখা হ’ব,চুলি খুৰুৱা হ’ব তাৰ পিছত আকিকাহ কৰা হ’ব আনহাতে চুলিৰ ওজনৰ সমান সোন বা ৰূপ ছদকা তথা দান কৰা মোস্তাহাব(আৱশ্যেকীয় নহয় বৰং চোৱাবৰ কাম।)
(بہار شریعت -ج۳،ص٣٥٥)

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
▁▁▁▁▁▁▁▁▁▁▁▁
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d