জাকাত সম্পৰ্কীয় হাদিছৰ –

 

নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ ওচৰত দুই গৰাকী মহিলা উপস্থিত হয় , সিহঁতৰ হাতত খাৰু আছিল। নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে সিহঁতক উদ্দেশ্য কৰি ক’লে: তোমালোকে এই খাৰুৰ যাকাত দিয়ানে ? তেওঁলোকে‌ ক’লে: নিদিওঁ। তেতিয়া নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে ক’লে: তোমালোকক আল্লাহে জুইৰ খাৰু পিন্ধোৱাটো পছন্দ কৰা নেকি ? তেওঁলোকে ক’লে নকৰোঁ। নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে ক’লে: তেন্তে তোমালোকে‌ তাৰ যাকাত আদায় কৰা। (তিৰমিজী:১/৮১)

জাকাত সম্পৰ্কীয় হাদিছৰ –

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d