জাকাত ফৰজ

হজৰত ওমৰ ৰাদ্বীয়াল্লাহু আনহুৰ পৰা এটি দীঘলীয়া বৰ্ণিত নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: ইছলাম এয়া যে তুমি এই কথাৰ প্ৰতি সাক্ষী দিয়া যে আল্লাহৰ বাহিৰে অন্য কোনো উপাস্য নাই আৰু মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওৱাছাল্লাম তেওঁৰ ৰাছূল। আৰু তুমি নামাজ আদায় কৰা,জাকাত দিয়া,ৰমজানৰ ৰোজা ৰাখা আৰু ক্ষমতা হ’লে হজ্জ সম্পন্ন কৰা। (বো১/২৭:৫০) জাকাত ফৰজ

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d